বৰপেটাৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত

আজি বৰপেটাৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ বাৰ্ষিক সন্মিলন হৈ যায় ৷

অনুষ্ঠানত অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ শ্ৰদ্ধাৰ ৰূপম গোস্বামী ডাঙৰীয়া  উপস্থিত থাকে । অনুষ্ঠানত ভাষন প্ৰসংগত ৰূপম গোস্বামী ডাঙৰীয়াই কয় যে “আকৌ আহিব ফনী, এই ফনী অৰ্থনৈতিক ফনী , দেশ আগুৱাই নিয়াৰ বাবে আহিব এই অৰ্থনৈতিক ফনি” ।

CONTACT ACC

We're not around right now. But you can send us an email and we'll get back to you, asap.

Sending

© 2017 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

or

Log in with your credentials

Forgot your details?

Skip to toolbar