আজি বৰপেটাৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ বাৰ্ষিক সন্মিলন হৈ যায় ৷

অনুষ্ঠানত অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ শ্ৰদ্ধাৰ ৰূপম গোস্বামী ডাঙৰীয়া  উপস্থিত থাকে । অনুষ্ঠানত ভাষন প্ৰসংগত ৰূপম গোস্বামী ডাঙৰীয়াই কয় যে “আকৌ আহিব ফনী, এই ফনী অৰ্থনৈতিক ফনী , দেশ আগুৱাই নিয়াৰ বাবে আহিব এই অৰ্থনৈতিক ফনি” ।

© 2022 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

Log in with your credentials

Forgot your details?